अर्थ : এনে আকাৰ যাৰ উপৰিভাগৰ প্রতিটো বিন্দু তাৰ ভিতৰত থকা মধ্যবিন্দুৰ পৰা সমান দূৰত্বত থাকে
उदाहरण :
বল গোলাকাৰ হয়
पर्यायवाची : গোল
अर्थ : বৃত্ত বা চক্রৰ আকাৰৰ
उदाहरण :
গাড়ীত ঘূৰণীয়া চকা লগোৱা থাকে
पर्यायवाची : ঘূৰণীয়া, চক্রাকাৰ, বর্তুল্াকাৰ, বৃত্তাকাৰ, মণ্ডলাকাৰ