सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ডিঙি বাঢ়ি অহা এক প্রকাৰৰ ৰোগ
उदाहरण : আয়ডিনৰ অভাৱৰ কাৰণে গৰল ৰোগ হয়
पर्यायवाची : গলগণ্ড
अर्थ : যি পদার্থ সেৱন কৰিলে বা শৰীৰত প্রৱেশ কৰাৰ লগে-লগে শৰীৰ অস্থিৰ হৈ পৰে আৰু কেতিয়াবা-কেতিয়াবা প্রাণীৰ মৃত্যু পর্যন্ত ঘটিব পাৰে
उदाहरण : সমুদ্র মন্থনত ওলোৱা বিহ ভগৱান শংকৰে পান কৰিছিল
पर्यायवाची : কালকূট, জহৰ, বিষ, বিহ, হলাহল
इंस्टॉल करें