सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি প্রাণদণ্ড দিয়াসকলক বধ কৰে
उदाहरण : ঘাতকে মৃত্যুদণ্ড শাস্তি পোৱা সকলক ফাঁচিত ওলমাই দিলে
अर्थ : হিংসা কৰা বা মাৰি পেলাব পৰা প্রাণী
उदाहरण : জংঘলত প্রৱেশ কৰাৰ আগতে হিংস্র জন্তুৰ পৰা বাছিবৰ উপায়ো ভাবি লোৱা উচিত
पर्यायवाची : হিংসুক, হিংস্র
अर्थ : যি কাৰোবাক হত্যা কৰিছে
उदाहरण : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
पर्यायवाची : অপঘাতক, অপঘাতী, আততায়ী, খুনী, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
अर्थ : যাৰ দ্বাৰা কিহবাৰ প্রভাৱ নষ্ট বা দূৰ হয়
उदाहरण : এই বিহখিনি মাৰক ঔষধ
पर्यायवाची : মাৰক
इंस्टॉल करें