अर्थ : চেতন অৱস্থাৰ মাজতে কিছু সময়ৰ কাৰণে অলস হৈ যোৱা অৱস্থা যাৰ ফলত প্রাণীয়ে শাৰীৰিক আৰু মানসিক বিশ্রাম লাভ কৰে
उदाहरण :
টোপনি কম হোৱাৰ কাৰণে ভাগৰ ভাগৰ লাগি আছে
पर्यायवाची : চকু জাপ খোৱা-, টোপনি, নিদ্রা
अर्थ : চকীদাৰে পহৰা দিয়াৰ সময়ত থাকিবৰ কাৰণে সৰুকৈ সজা ঘৰ
उदाहरण :
সেই সময়ত গুমটিটোত কোনো নাছিল
पर्यायवाची : গুমটি