पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ঘেৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ঘেৰা   বিশেষ্য

अर्थ : বেৰ আদিৰে ঘেৰি থকা ঠাই

उदाहरण : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে

पर्यायवाची : বেৰা

अर्थ : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ

उदाहरण : খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে

ঘেৰা   ক্ৰিয়া

अर्थ : চাৰিওফালৰ পৰা ঘেৰি দিয়া

उदाहरण : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে

पर्यायवाची : ঘেৰি দিয়া, বেৰা, বেৰি দিয়া

अर्थ : চাৰিওফালে ৰখা বা আগুৰি লোৱা

उदाहरण : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে

पर्यायवाची : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা

अर्थ : চাৰিওফাল পৰা আৱদ্ধ কৰা বা ঘেৰি ধৰা

उदाहरण : গাঁওবাসীয়ে এটা চোৰক ঘেৰিলে

पर्यायवाची : ঘেৰি ধৰা

ঘেৰা   বিশেষণ

अर्थ : যিটো ঘেৰি থোৱা হৈছে

उदाहरण : মোৰ গাঁওখন চাৰিওফালৰ পৰা গছ-গছনিৰে আৱৰা

पर्यायवाची : আৱৰা, বেষ্টিত

चौपाल