सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বন্দুকৰ নিচিনা অস্ত্রত গুলী চলাবৰ কাৰণে টানি বা হেঁচি ধৰা ছাবি বিশেষ
उदाहरण : তেওঁ লক্ষ্য স্হিৰ কৰি ্ঘোঁৰা টিপি দিলে
पर्यायवाची : ট্রিগাৰ, লপলপী
अर्थ : দবা খেলৰ এক প্রকাৰৰ গুটি বা মোহৰা
उदाहरण : তেওঁৰ ্এটা ঘোঁৰা মৰা পৰিল
अर्थ : ঘোঁৰাৰ মতা
उदाहरण : সৈনিকে হয় ঘোঁৰা নহয় ঘোঁৰীত উঠি ফুৰি আছিল
पर्यायवाची : ঘোটক, মতা ঘোঁৰা
अर्थ : এক ধৰণৰ ওখ স্টুল যʼত উঠিবৰ বাবে চিৰি বনোৱা থাকে
उदाहरण : ঘোঁৰাত উঠি বায়ে ফেন পৰিস্কাৰ কৰ আছে
इंस्टॉल करें