पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ঘৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ঘৰ   বিশেষ্য

अर्थ : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত

उदाहरण : এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা

अर्थ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই

उदाहरण : এই ঘৰটোত পাঁচটা কোঠা আছে

पर्यायवाची : আবাসস্থান, আলয়, গৃহ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়, হাউলি

अर्थ : ৰেখা আদিৰে ঘেৰি থকা স্থান

उदाहरण : তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে

अर्थ : নিজৰ দেশ

उदाहरण : আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল

पर्यायवाची : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র

अर्थ : একেখন ঘৰৰে মানুহ

उदाहरण : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে

पर्यायवाची : আত্মীয়, পৰিজন, পৰিবাৰ, পৰিয়াল

अर्थ : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ

उदाहरण : তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে

चौपाल