सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
उदाहरण : এই ঘৰটোত পাঁচটা কোঠা আছে
पर्यायवाची : আবাসস্থান, আলয়, গৃহ, ঘৰ, ঘৰ-বাৰী, নিলয়, হাউলি
अर्थ : নিজৰ সকলো সম্পত্তি
उदाहरण : তেওঁ নিজৰ ঘৰ-দুৱাৰ বিক্রী কৰি ইয়াৰ পৰা গুচি গʼল
पर्यायवाची : ঘৰ-বাৰী
अर्थ : ঘৰৰ কাম-বন
उदाहरण : তেওঁৰ মন গৃহস্থীত নাই
पर्यायवाची : গৃহস্থী, ঘৰদুৱাৰ, ঘৰবাৰী
इंस्टॉल करें