सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বীজ আদিৰ গাজ বা অংকুৰ ওলোৱা অংশ
उदाहरण : আলুৰ বহুতো চকু থাকে
पर्यायवाची : অংকুৰণ স্থান
अर्थ : শৰীৰৰ যি ইন্দ্রিয়ৰ দ্বাৰা প্রাণীয়ে ৰূপ, বর্ণ, বিস্তাৰ আৰু আকাৰ আদিৰ জ্ঞান লাভ কৰে
उदाहरण : সেই ছোৱালীজনীৰ চকুকেইটা বৰ ধুনীয়া সীতাৰ হৰিণীনয়না চকুজুৰি অন্যতম আকর্ষণ
पर्यायवाची : অক্ষি, চক্ষু, নেত্র, নয়ন, লোচন, ্দর্শনেন্দ্রিয়
इंस्टॉल करें