पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চক্র शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চক্র   বিশেষ্য

अर्थ : যাৰ পৰিধি কেন্দ্রবিন্দুৰ পৰা সর্বত্র সমদূৰৱর্তী

उदाहरण : তেওঁ ব্যৱহাৰিক বহীত বৃত্ত আঁকি আছে

पर्यायवाची : বৃত্ত

अर्थ : নিজৰ মাজতে পূর্ণ এক ্কার্যৰীতি যʼত কোনো কিছুমান বিশেষ ঘটনা এটা ক্রমত হয় আৰু পুণৰ সিমান সময়তে যাৰ পুণৰাবৃত্তি হয়

उदाहरण : এই চিত্রত পখিলাৰ জীৱন চক্র দেখুওৱা হৈছে

अर्थ : সৈনিকসকলক ভাল বা বীৰত্বপূর্ণ কাম কৰিলে পদকৰ ৰূপত প্রদান কৰা ্ধাতুৰ এক বিশেষ আকাৰৰ টুকুৰা

उदाहरण : মেজৰ সতপাল সিঙক মহাবীৰ চক্র প্রদান কৰা হʼল

अर्थ : চকাৰ নিচিনা কোনো গোল বস্তু

उदाहरण : এই যন্ত্রটোত ভালেমান চকা আছে

पर्यायवाची : চকা

अर्थ : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু

उदाहरण : কুমাৰৰ চাক একপ্রকাৰৰ চক্র

पर्यायवाची : চকা

चौपाल