पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চন্দ্রিমা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চন্দ্রিমা   বিশেষ্য

अर्थ : পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ

उदाहरण : চন্দ্রৰ নিজা পোহৰ নাই পূর্ণিমাৰ ৰাতি জোনটো অধিক উজ্জ্বল হয়

पर्यायवाची : ইন্দু, চন্দ্র, চন্দ্রমা, চান্দ, জোন, জোনবাই, জোনাই, মৃগাংক, শশধৰ, শশাংক, শশী, সুধাকৰ

अर्थ : চন্দ্রৰ পৰা বিকিৰিত পোহৰ

उदाहरण : জোনাক ৰাতি আকাশখন ধুনীয়া দেখি যেতিয়া আমি ঘৰৰ পৰা ওলাইছিলো আকাশখন পৰিষ্কাৰ আছিল আৰু পৃথিৱীত জোনৰ পোহৰ পৰিছিল

पर्यायवाची : কৌমুদী, চন্দ্রকান্তা, চন্দ্রকিৰণ, চন্দ্রকৰ, চন্দ্রজ্যোতি, চন্দ্রপ্রভা, চন্দ্রসুধা, চন্দ্রাংশু, চন্দ্রালোক, চন্দ্রাৱলী, চন্দ্রিকা, চন্দ্রৰশ্মি, জোছনা, জোনাক, জোনালী, জোনৰ পোহৰ, জ্যোৎস্না, জ্যোৎস্নালোক, দীপিকা, শশীকৰ

चौपाल