पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চম্ভালা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চম্ভালা   ক্ৰিয়া

अर्थ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা

उदाहरण : মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে

पर्यायवाची : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা

अर्थ : কোনো কাম আদিৰ দায়িত্ব লোৱা

उदाहरण : নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়

अर्थ : ৰোধ কৰি বশত অনা

उदाहरण : দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ

अर्थ : কোনো মনোবেগক বাধা দিয়া

उदाहरण : জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক

अर्थ : কোনো বস্তু ভালে আছে নে নাই চোৱা

उदाहरण : নিজৰ কাপোৰ চম্ভালা

चौपाल