अर्थ : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা
उदाहरण :
আজি বাৱতৰ বস্তিত লাঠী চলিল
अर्थ : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়
उदाहरण :
তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে আইতাই ঘেঁহু্ চালি আছে
पर्यायवाची : চালি লোৱা
अर्थ : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা
उदाहरण :
এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব
अर्थ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা
उदाहरण :
চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে
अर्थ : কোনো বস্তু আদিৰ প্রচলনত অহা
उदाहरण :
টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল
पर्यायवाची : প্রচলিত হোৱা
अर्थ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
उदाहरण :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
पर्यायवाची : টিকা
अर्थ : প্রভুত্ব বিস্তাৰ কৰা কার্য
उदाहरण :
গাঁৱত তেওঁৰ বহুত চলে