पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চহোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চহোৱা   বিশেষ্য

अर्थ : মাটি চহ কৰা বা কুৰিওৱা কাৰ্য বা ভাব

उदाहरण : বীজ সিঁচাৰ আগেয়ে খেতিপথাৰত কুৰিওৱা হয়

पर्यायवाची : কুৰিওৱা

চহোৱা   ক্ৰিয়া

अर्थ : খেতিৰ মাটিত হাল চলোৱা

उदाहरण : খেতিয়কে নিজৰ খেতি পথাৰত হাল বাইছে

पर्यायवाची : হাল বোৱা

अर्थ : খেতিপথাৰ আদি চহ কৰা

उदाहरण : এক একৰ খেতিপথাৰ চহোৱা হʼল

पर्यायवाची : চহ কৰা

अर्थ : মাটি খান্দি ওলট-পালট কৰি দিয়া কার্য

उदाहरण : মাটি কোমল আৰু খেতি উপযোগী কৰিবৰ কাৰণে পথাৰত চহ কৰা হয়

पर्यायवाची : কুৰিওৱা, চহ কৰা

चौपाल