अर्थ : গাখীৰ ফটাই তাৰ পানীভাগ আঁ্তৰালে ৰৈ যোৱা অংশ
उदाहरण :
পনীৰেৰে নানা ধৰণৰ মিঠাই আৰু তৰকাৰী বনাব পাৰি
पर्यायवाची : পনীৰ
अर्थ : বিশেষকৈ দাইল হিচাপে খোৱা এবিধ মাহজাতীয় শস্য
उदाहरण :
বুটৰ চাটুগুড়ি খাবলৈ বৰ সোৱাদ লগা
पर्यायवाची : বুট