सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : হাতৰ তলুৱাৰে কৰা আঘাত
उदाहरण : সি মোক এক চৰ মাৰিলে
पर्यायवाची : কৰতলাঘাত, চপেটাঘাত, চৰ, থাপ্পৰ, থাপৰ
अर्थ : যিটো বেছি ওপৰলৈকে নাই
उदाहरण : লʼৰাহঁতে চাপৰ দেৱালখন জপিয়াই পাৰ হৈ গৈছে
अर्थ : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত
उदाहरण : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত
पर्यायवाची : অনুচ্চ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন, সৰু
इंस्टॉल करें