पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চাল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চাল   বিশেষ্য

अर्थ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি

उदाहरण : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে

पर्यायवाची : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, ফন্দ, ফন্দি, মতলব

अर्थ : কুস্তিত বিপক্ষক হৰোৱাবৰ বাবে কামত লগোৱা বুদ্ধি

उदाहरण : তেওঁ একেটা চালতে শকত মল্লযোদ্ধাজনক চিৎ কৰি দিলে

पर्यायवाची : কৌশল

अर्थ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!

उदाहरण : বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে

पर्यायवाची : চালি

अर्थ : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য

उदाहरण : চাল খেলাৰ এইবাৰ আপোনাৰ পাল

पर्यायवाची : বাজি

चौपाल