अर्थ : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা
उदाहरण :
শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে
पर्यायवाची : আচাৰ-ব্যৱহাৰ, গঢ়-গতি, ৰেহৰূপ
अर्थ : কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ
उदाहरण :
আপুনি আপোনাৰ লʼৰাৰ গতিবিধিৰ প্রতি মন দিয়া উচিত
पर्यायवाची : কার্য-্কলাপ, কার্যকল্াপ, ক্রিয়া-কলাপ, ক্রিয়াকলাপ, গতি-গোত্র, গতি-বিধি, গতিবিধি, চালচলন, হাৱ-ভাৱ, ৰেহ-ৰূপ
अर्थ : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ
उदाहरण :
গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে
पर्यायवाची : ধৰণ-কৰণ
अर्थ : নাৰীৰ আব-হাৱা
उदाहरण :
তেওঁ নি্র্মল গুণৰ অধিকাৰিণী
पर्यायवाची : গুণৰ অধিকাৰিণী, চালচলন, চৰিত্র
अर्थ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
उदाहरण :
সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
पर्यायवाची : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র