अर्थ : ৰোগ নিৰাময় কৰা প্রক্রিয়া
उदाहरण :
গাঁৱৰ ৰোগীসকলে চিকিৎসাৰ কাৰণে চহৰলৈ যাবলগীয়া হয়
पर्यायवाची : প্রতিকাৰ
अर्थ : চিকিৎসকৰ কাম বা পেছা
उदाहरण :
তেওঁ চিকিৎসা কৰি নিজৰ পৰিয়ালৰ ভৰণ পোষণ দি আছে
पर्यायवाची : ডাক্তৰী
अर्थ : যাৰ (ৰোগ) আৰোগ্য হোৱাটো সম্ভৱ
उदाहरण :
বৈজ্ঞানিকসকলে বর্ত্্মানসকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তোলাৰ প্রয়াস চলাই আছে
पर्यायवाची : আৰোগ্যসাধ্য, চিকিৎসনীয়, চিকিৎসাসাধ্য