पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চিন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চিন   বিশেষ্য

अर्थ : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়

उदाहरण : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন

पर्यायवाची : চিহ্ন, নিচান, প্রতীক, সংকেত

अर्थ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ

उदाहरण : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে

पर्यायवाची : চাপ, চিহ্ন, নিচান

अर्थ : কোনো বস্তুৰ ওপৰত চিহ্ন লগোৱা বা বনোৱা কার্য

उदाहरण : তেওঁ কিতাপখনৰ গুৰুত্বপূর্ণ ্পাঠবোৰত চিন দিছে

पर्यायवाची : অংকন, মার্ক

अर्थ : স্মৃতি সজীৱ কৰি ৰাখিবলৈ দিয়া বা ৰখা কোনো বস্তু

उदाहरण : এই ঘৰটো আমাৰ পূর্বপুৰুষৰ চিন

पर्यायवाची : চিহ্ন, স্মৃতিচিহ্ন

चौपाल