सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ধান খুন্দি আৰু মৰিয়াই প্রস্তুত কৰা চেপেটা দানা
उदाहरण : পণ্ডিতজনে দৈ আৰু চিৰা খাই আছে
अर्थ : ফালি লৈ একতকৈ বেছি ভাগ কৰা
उदाहरण : তেওঁ খঙতে আহি নিজৰ নতুন কাপোৰযোৰ ফালি পেলালে
पर्यायवाची : চিৰি পেলা, ছিন্ন কৰা, ফটা-চিৰা, ফলা, ফলা-চিৰা, ফালি পেলা, বিদাৰ, বিদী্র্ণ ্ কৰা
इंस्टॉल करें