सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চীন দেশৰ নিবাসী
उदाहरण : ভালেকেইজন চীনা মোৰ ভাল বন্ধু
पर्यायवाची : চীন নিবাসী, চীনবাসী
अर्थ : চীন দেশৰ ভাষা
उदाहरण : তেওঁ চীনা ভাষা কʼব পাৰে
पर्यायवाची : চীনা ভাষা
अर्थ : যি লিপিৰ দ্বাৰ চীনা ভাষা লিখা হয়
उदाहरण : চীনা লিপি চিত্র্্ধর্মী
पर्यायवाची : চীনা লিপি
अर्थ : চীন দেশৰ বা চীন দেশ সম্বন্ধীয়
उदाहरण : এইখন চীনা ৰেচমেৰে বনোৱা হৈছে
पर्यायवाची : চীনৰ
अर्थ : চীন দেশত থকা বা বসতি কৰা
उदाहरण : চীনা বৈজ্ঞানিকসকলৰ এটা দল কাইলৈ ইয়ালৈ আহিব
अर्थ : চীনা ভাষাৰ সৈতে সম্বন্ধ থকা বা চীনা ভাষাৰ
उदाहरण : সেই চীনা কিতাপখনৰ ওপৰত ড্রেগনৰ চিত্র আছে
इंस्टॉल करें