पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চেক शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চেক   বিশেষ্য

अर्थ : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে

उदाहरण : ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে

अर्थ : মধ্য ইউৰোপৰ এখন দেশ

उदाहरण : চেকৰ ৰাজধানী প্রাগ

पर्यायवाची : চেক গণৰাজ্য

अर्थ : চেক দেশৰ অধিবাসী

उदाहरण : সেই চেকবাসীজনে হিন্দীও সলসলীয়াকৈ কʼব পাৰে

पर्यायवाची : চেকবাসী

अर्थ : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

उदाहरण :

पर्यायवाची : চেকা, দাগ, দাগী, ধাব্বা, নিচান

अर्थ : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে

उदाहरण : সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে

पर्यायवाची : ধনাদেশ

अर्थ : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়

उदाहरण : মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ

पर्यायवाची : কিস্তিমাত

अर्थ : চেকবাসীয়ে কোৱা ভাষা

उदाहरण : মঞ্জৰীৰ চেকভাষা শিকিবলৈ বৰ মন আছে

पर्यायवाची : চেকভাষা

চেক   বিশেষণ

अर्थ : চেক ভাষাৰ বা চেক ভাষাৰ সৈতে সম্বন্ধ থকা

उदाहरण : দূতাবাসত চেকভাষাৰ কিতাপৰ প্রদর্শনী হৈ আছে

पर्यायवाची : চেকভাষা

अर्थ : চেক গণৰাজ্যৰ বা চেক দেশৰ সৈতে সম্বন্ধ

उदाहरण : চেক বিশেষজ্ঞৰ সহায়েৰে পাকিস্তানে নিজৰ দেশত ইউৰেনিয়ামৰ অনুসন্ধান কৰিছিল

चौपाल