सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
उदाहरण : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
पर्यायवाची : আনন, গঢ়, ঠগ, বদন, মুখ, ৰূপ
अर्थ : কোনো ব্যক্তিৰ চেহেৰাত প্রকট হোৱা ভাৱ
उदाहरण : আপোনাৰ চেহেৰাই কয় যে আপুনি খঙত আছে
पर्यायवाची : মুখমণ্ডল, মুখাবয়ব
इंस्टॉल करें