अर्थ : ঘৰৰ আগফাল, মাজভাগ বা পাছফালে থকা আহল-বহল মুকলি অংশ:লʼৰা-ছোৱালীবোৰে চোতালত খেলি আছে
उदाहरण :
पर्यायवाची : অংগন, আঙ্গিনা, প্রাঙ্গন, মুক্তাঙ্গন
अर्थ : কোনো ভৱন আদিৰ মাজত বা আগফাল বা পিছফালে থকা মুকলি ঠাই বিশেষ
उदाहरण :
ছিৰি সাজিবৰ কাৰণে নতুন ভৱনটোত চোতাল ৰাখি থোৱা হৈছে