पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চোৱা-চিতা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চোৱা-চিতা   বিশেষ্য

अर्थ : কোনো বস্তু বা কামৰ ৰক্ষণাবেক্ষণ কৰাৰ হেতু কৰা কোনো কার্য ্বা ভাব

उदाहरण : ভালদৰে চোৱা-চিতা কৰা বস্তু বহুদিনলৈকে ভালে থাকে

पर्यायवाची : তদাৰক-তদবিৰ, দেখা-শুনা

अर्थ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য

उदाहरण : এই কামটোৰ তদাৰক ৰামে কৰিছে

पर्यायवाची : তদাৰক, নিৰীক্ষণ, পর্যবেক্ষণ

अर्थ : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য

उदाहरण : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত

पर्यायवाची : অৱলোকন, দৃষ্টিপাত

चौपाल