अर्थ : সাপ আদি বগাই গʼলে সৃষ্টি হোৱা ধ্বনি
उदाहरण :
চৰচৰণি শুনি গাইজনী সচকিত হৈ পৰিল
अर्थ : বতাহত কোনো বস্তু বেগেৰে ওলাই যোৱা শ্্ব্দ
उदाहरण :
ৰকেটৰ চৰচৰণি শুনি মানুহে উৎসুকতা বশতঃ ওপৰলৈ চাবলৈ ধৰিলে
पर्यायवाची : চৰ-চৰণি