सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
उदाहरण : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
पर्यायवाची : চৰোৱা
अर्थ : স্বৰ তীব্র হোৱা
उदाहरण : গায়িকাৰ স্বৰ বহুত ওপৰত উঠিছে
पर्यायवाची : ওপৰত উঠা
अर्थ : পশুৱে পথাৰ বা খেতি আদিত থকা ঘাঁহ আদি খোৱা কার্য
उदाहरण : গাইজনী পথাৰত চৰি আছে
अर्थ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
उदाहरण : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
पर्यायवाची : উচ্চ, ওখ, ওখ-পাখ, টিং, শিখৰ
इंस्टॉल करें