अर्थ : বেয়া ব্যৱহাৰ কৰোতা বা যাৰ কোনো বেয়া স্বভাৱ আছে
उदाहरण :
তুমি ্তেওঁৰ লগ এৰি দিয়া, কিয়নো তেওঁ চৰিত্রহীন লোক
पर्यायवाची : কু-চৰিত্র, কুচৰিত্র, বেয়া-চৰিত্র
अर्थ : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ
उदाहरण :
চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ
पर्यायवाची : দুশ্চৰিত্র, দুৰাচাৰী, ভ্রষ্টাচাৰী