पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চৰিত্রহীন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চৰিত্রহীন   বিশেষণ

अर्थ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট

उदाहरण :

पर्यायवाची : কামুক, খেচেৰা, খেচৰ, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লম্পট, লুচ্ছা

अर्थ : বেয়া ব্যৱহাৰ কৰোতা বা যাৰ কোনো বেয়া স্বভাৱ আছে

उदाहरण : তুমি ্তেওঁৰ লগ এৰি দিয়া, কিয়নো তেওঁ চৰিত্রহীন লোক

पर्यायवाची : কু-চৰিত্র, কুচৰিত্র, বেয়া-চৰিত্র

अर्थ : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ

उदाहरण : চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ

पर्यायवाची : দুশ্চৰিত্র, দুৰাচাৰী, ভ্রষ্টাচাৰী

चौपाल