पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ছপোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ছপোৱা   ক্ৰিয়া

अर्थ : চিয়াঁহী, ৰং আদিৰ সহায়ত এটা বস্তুক আন এটা বস্তুৰ ওপৰত হেঁ্চা দি তাৰ আকৃতি গঢ়া

उदाहरण : নির্বাচনী প্রচাৰকসকলে ঠায়ে ঠায়ে দেৱালত নির্বাচনী প্রতীক ছাপ মাৰিছে

पर्यायवाची : ছাপ দিয়া, ছাপ মৰা

अर्थ : চিহ্নিত বা অংকিত হোৱা

उदाहरण : লেফাফাটোৰ ওপৰত ডাকঘৰৰ মোহৰ ছপাইছে

अर्थ : ছপাযন্ত্র আদিত ছপা কৰা

उदाहरण : তেওঁ নতুন কিতাপ ছপাইছে

पर्यायवाची : মুদ্রিত হোৱা

अर्थ : ছপাৰ কাম আনৰ দ্বাৰা কৰোৱা

उदाहरण : তেওঁ এশখন নিমন্ত্রণী পত্র ছপোৱালে

चौपाल