पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ছাল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ছাল   বিশেষ্য

अर्थ : ফল, বীজ আদিৰ আৱৰণ

उदाहरण : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে

पर्यायवाची : ত্বক, বল্কল, বাকল, বাকলি

अर्थ : পঞ্চ ইন্দ্রিয়ৰ ্ অন্তর্গত সমগ্র শৰীৰৰ এক বহিঃঅংগ ..???

उदाहरण : শীতকালত ছালৰ বিশেষ যতন লোৱা উচিত

पर्यायवाची : চর্ম, ত্বক ্ চাম

अर्थ : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ

उदाहरण : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়

पर्यायवाची : গছৰ ছাল, গছৰ বাকলি, নিকৰ, বল্ক, বল্কল, বাকলি, বৃক্ষত্বক

अर्थ : মৃত পশুৰ চেলোৱা ছাল, যিহেৰে জোতা আদি তৈয়াৰ কৰা হয়

उदाहरण : তেওঁ ্ চামৰাৰ কাম কৰে

पर्यायवाची : চর্ম, চামৰা, ্ লেডাৰ

चौपाल