अर्थ : ইফাল-সিফাল
उदाहरण :
পুলিচে কন্দুৱাগেছ এৰাৰ লগে-লগে ভীৰ কৰা জনতা ছিন্ন-ভিন্ন হৈ পৰিল
अर्थ : যিটো ইফালে-সিফালে সিঁচৰতি হৈ আছে
उदाहरण :
ছেদেলি-ভেদেলি হৈ থকা মানুহবোৰক শ্রেণীবদ্ধ হʼবলৈ কোৱা হʼল
पर्यायवाची : ছেদেলি-ভেদেলি