पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ছুটী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ছুটী   বিশেষ্য

अर्थ : ৰেহাই লৈ যোৱা বা এৰি যোৱা কার্য

उदाहरण : ৰেহাই লৈ যোৱা বা এৰি যোৱা কার্য

पर्यायवाची : লিভ

अर्थ : কাম কৰা সময়ত হোৱা সমাপ্তি

उदाहरण : আজি সন্ধিয়া ছুটীৰ পিছত মই আপোনাক লগ কৰিম

अर्थ : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন

उदाहरण : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে

पर्यायवाची : অৱকাশ, অৱসৰ, বিৰতি, বিৰাম

अर्थ : কামত উপস্থিত নথকা কার্য

उदाहरण : সোমবাৰে মই ছুটীলৈ ফুৰিবলৈ যাম

चौपाल