सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মিথিলাৰ ৰজা আৰু সীতাৰ পিতৃ
उदाहरण : জনক এজন বৰ জ্ঞানী ৰজা আছিল
पर्यायवाची : বিদেহ, মিথিলাপতি, মিথিলাৰাজ, ৰজা জনক
अर्थ : যিজন ব্যক্তিয়ে সর্বপ্রথম ্কোনো বিষয় বা চিন্তাধাৰাৰ সূচনা কৰে বা কোনো সংস্থা আদিৰ স্থাপনা কৰোঁতাজন
उदाहरण : হিপʼক্রেটিছক চিকিৎসাশাস্ত্রৰ জনক বুলি কোৱা হয়
पर्यायवाची : জন্ম-দাতা, জন্মদাতা, পিতা
अर्थ : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে
उदाहरण : মোৰ দেউতা এজন অধ্যাপক
पर्यायवाची : আব্বা, আব্বাজান, দেউতা, পিতা, পিতাই, পিতৃ, বাবা
इंस्टॉल करें