पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से জনতা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

জনতা   বিশেষ্য

अर्थ : মানুহৰ সমষ্টি বা সমূহ

उदाहरण : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল

पर्यायवाची : জনগণ, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি, ৰাইজ

अर्थ : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়

उदाहरण : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে

पर्यायवाची : জনমানস, ৰাইজ

अर्थ : এজনতকৈ অধিক ব্যক্তি

उदाहरण : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত

पर्यायवाची : জনগণ, জনমানস, লোক

अर्थ : পৃথিৱীত থকা লোক

उदाहरण : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

पर्यायवाची : জগত, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ

अर्थ : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল

उदाहरण :

पर्यायवाची : জনগন, জনসাধাৰণ, প্রজা

चौपाल