अर्थ : কোনো বিশিষ্ট স্থানত পোৱা একেটা পূর্বপুৰুষৰ বংশধৰ হোৱা লোকসকলৰ সমূহ যিসকল সভ্যতা, সংস্কৃতিৰ দিশৰ পৰা ওচৰ-পাজৰৰ নিবাসীসকলৰ পৰা সম্পূর্ণ পৃথক আৰু কিছু নিম্ন স্তৰত থাকে
उदाहरण :
ভাৰতৰ জংঘল সমূহত এতিয়াও বহুতো জনজাতিয়ে বাস কৰে
पर्यायवाची : জনজাতি