सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পৃথিৱীৰ পানীভাগ সূর্যৰ ্ তাপত ভাপ হৈ আকাশত জমা হোৱা অংশ আৰু যʼৰ পৰা বৰষুণ হয়
उदाहरण : মেঘৰ পৰা বৰষুণ হয় আকাশখন কʼলা ডাৱৰে ছানি ধৰিছে
पर्यायवाची : অভ্র, অম্বুধৰ, জলদ, ডাৱৰ, পয়োধৰ, বাৰিদ, মেঘ
अर्थ : পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
उदाहरण :
पर्यायवाची : অম্বুধি, অম্বুনিধি, অম্ভোধি, উদধি, জলধি, জলনিধি, জলাধিপ, তোয়ধি, পয়োধি, পয়োনিধি, বাৰিধি, বাৰীন্দ্র, সমুদ্র, সাগৰ, সিন্ধু, ্ ৰত্নগর্ভা
इंस्टॉल करें