सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কʼৰবাৰ পৰা পানী আহি জমা হোৱা ঠাই বা যি ঠাইত পানী জমা হয়
उदाहरण : জলাশয়ত পদুম ফুল ফুলি আছে
पर्यायवाची : হ্রদ
अर्थ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
उदाहरण : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
पर्यायवाची : খাল, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ, হ্রদ
अर्थ : প্রাকৃতিকভাৱে হোৱা দীঘে-পথালিয়ে বহু ঠাই আগুৰি থকা জলভাগ
उदाहरण : তেওঁ সৰোবৰত গা ধুই আছে
पर्यायवाची : ডুবি, ডোবা, তৰাগ, পুষ্কৰিণী, লেʼক, সৰসী, সৰোবৰ, হ্রদ
इंस्टॉल करें