सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ধর্মীয় বিশ্বাস অনুসৰি পাপী বা দুৰাচাৰীৰ আত্মাই শাস্তি ভোগকৰা ঠাই
उदाहरण : পাপীবিলাকে মৃত্যুৰ পিচত নৰকত স্থান পায়
पर्यायवाची : দোখজ, নর্ক, নৰক, যমপুৰী
अर्थ : বহুত লেতেৰা বা কষ্টকৰ ঠাই
उदाहरण : সন্ত্রাসবাদৰ কৱলত পৰি এই চহৰখন আমাৰ কাৰণে নৰক হৈ পৰিছে
पर्यायवाची : নৰক
इंस्टॉल करें