अर्थ : জাগ্রত অৱস্থাত টোপনি নোযোৱাকৈ থকা
उदाहरण :
তেওঁ ্ভালেমান দিনৰ পৰা জাগি আছে
पर्यायवाची : সাৰে থকা
अर्थ : শাৰীৰিক বা মানসিক ভাৱে সতর্ক হৈ থকা
उदाहरण :
সীমান্তত সকলো সময়তে সৈনিকসকল জাগি থাকে
पर्यायवाची : সজাগ হোৱা, সাৱধান হোৱা