सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
उदाहरण :
पर्यायवाची : কুল, গোত্র, জাত, জাত-কুল, বংশ, বর্ণ, সম্প্রদায়, ্ জাত-পাত
अर्थ : কোনো প্রাণী বা সামগ্রীৰ স্বভাৱ, আকৃতি আদিৰ সমতুল্যতাৰ ওপৰত নি্র্ভৰ কৰি কৰা শ্রেণীবিভাগ
उदाहरण : ভাৰতত আমৰ ভালেমান প্রজাতি পোৱা যায়
पर्यायवाची : প্রজাতি
इंस्टॉल करें