अर्थ : যিখন গ্রন্থত কাৰোবাৰ জীৱনজোৰা বৃত্তান্ত লিখা থাকে
उदाहरण :
শ্যামে পুথিভঁৰালত বহি মহান পুৰুষৰ জীৱনী পঢ়ি আছে
पर्यायवाची : জীৱন কথা, জীৱন বৃত্ত, জীৱন-চৰিত
अर्थ : কাৰোবাৰ জীৱনৰ সৈতে সম্পর্ক ্থকা কথা আদিৰ বিৱৰণ
उदाहरण :
তেওঁ নিজৰ জীৱনী লিখি আছে
पर्यायवाची : জীৱন কথা, জীৱন বৃত্ত, জীৱন-চৰিত, জীৱন-চৰিত্র, জীৱনবৃত্তান্ত