अर्थ : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী
उदाहरण :
জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়
पर्यायवाची : বীজাণু
अर्थ : এক কোষীয় বা অকোষীয় জীৱ যাৰ বিখণ্ডন প্রক্রিয়াৰে বংশবৃদ্ধি হয়
उदाहरण :
জীৱাণু অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পাৰি
पर्यायवाची : বেক্টেৰিয়া
अर्थ : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক
उदाहरण :
বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
पर्यायवाची : বীজাণু