अर्थ : প্রথমে এবাৰ-দুবাৰ কামত ব্যৱহৃত পদার্থ
उदाहरण :
পূজা আদিত উচ্ছিষ্টৰ ব্যৱহাৰ নকৰে
पर्यायवाची : উচ্ছিষ্ট
अर्थ : কাৰোবাক দিয়া ভোজনৰ পৰা বাকী ৰোৱা বস্তু
उदाहरण :
জুঠা আনক দিব নালাগে
पर्यायवाची : উচ্ছিষ্ট ভোজন
अर्थ : যাৰ আগতে কোনোৱে ব্যৱহাৰ কৰিছে
उदाहरण :
জুঠা ভোজন ভগৱানক অর্পন ্কৰা নহয় মায়ে জুঠা বাচনবোৰক ধুই আছে