सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এনেকুৱাই হয়, হʼব বা হোৱা উচিত বুলি আগ্রহপূর্বক্্ভাৱে কোৱা কার্য
उदाहरण : তুলসীয়ে কৃষ্ণ-মূর্তিৰ সন্মুখত ধনু হাতত তুলি লʼবলৈ জেদ ধৰিলে
पर्यायवाची : জিদ
अर्थ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
उदाहरण : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
पर्यायवाची : অনুৰাগ, আসক্তি, টান, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা
इंस्टॉल करें