पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से জোৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

জোৰ   বিশেষ্য

अर्थ : কোনো বিশেষ বস্তু আদিৰ প্রতি দিয়া গুৰুত্ব

उदाहरण : মন্ত্রী মহোদয়ে নিজৰ ভাষণত শিক্ষা আৰু পৰিয়াল পৰিকল্পনাত অধিক যোৰ দিছে

अर्थ : শৰীৰৰ বল

उदाहरण : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

पर्यायवाची : শকতি, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি

अर्थ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

उदाहरण : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

पर्यायवाची : তেজ, পৰাক্রম, বল, শকতি, শক্তি

জোৰ   বিশেষণ

अर्थ : জোৰকৈ

उदाहरण : জোৰেৰে বতাহ বলি আছে ইয়াত পানীৰ ্সোঁত প্রৱল বাহিৰত প্রচণ্ড গৰম

पर्यायवाची : উৎকট, তীব্র, প্রচণ্ড, প্রৱল

चौपाल