सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজনে যুৱাৱস্থাত ভৰি ৰাখিছে
उदाहरण : এজন ন-জোৱানে দৌৰি দৌৰি চোৰটোক ধৰিলে
पर्यायवाची : ন-জোৱান, নৱ-যুৱক, নৱযুৱক, যুৱা
अर्थ : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
उदाहरण : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
पर्यायवाची : তৰুণ, যুৱ, যুৱক
अर्थ : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
उदाहरण : তেওঁ এজন ্ সাহসী সৈনিক
पर्यायवाची : চিপাহী, যুঁ্জাৰু, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
इंस्टॉल करें