सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
उदाहरण : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
पर्यायवाची : আভা, আলোক, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা, বিভা
अर्थ : এক ধৰণৰ প্রকাশ বা পোহৰ
उदाहरण : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
पर्यायवाची : আভা, কান্তি, জেউতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
इंस्टॉल करें