पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से টনা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

টনা   বিশেষ্য

अर्थ : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য

उदाहरण : টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে

अर्थ : টনাৰ অৱস্থা বা ভাব

उदाहरण : মোৰ ভৰিৰ শিৰাবোৰে টানি ধৰিছে

पर्यायवाची : টানি ধৰা

अर्थ : টনা কার্য ্বা ভাব

उदाहरण : অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল

अर्थ : টনাৰ কাৰ্য বা ভাব

उदाहरण : অত্যধিক টনাৰ কাৰণে এই ৰছীডাল ছিঙি থাকিল

पर्यायवाची : আজোৰা

টনা   ক্ৰিয়া

अर्थ : বলপূর্বকভ্াৱে নিজৰ ফাললৈ অনা

उदाहरण : লʼৰা-ছোৱালীবোৰে গছৰ ডালত বান্ধি থোৱা ৰচীডাল টানি আছে

पर्यायवाची : টানি অনা, তুলি অনা, তোলা

अर्थ : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য

उदाहरण : ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে

पर्यायवाची : টানি উলিওৱা

अर्थ : ঘঁহনি খাই যোৱাকৈ টনা কার্য

उदाहरण : তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে

अर्थ : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা

उदाहरण : মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে

अर्थ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা

उदाहरण : বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে

पर्यायवाची : চৰোৱা

अर्थ : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য

उदाहरण : এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো

अर्थ : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা

उदाहरण : তেওঁ ঘৰৰ ্নক্সা আঁকিছে

पर्यायवाची : অঁ্কা

अर्थ : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা

उदाहरण : চিকাৰীয়ে ধনুৰ গুণ টানিছে

पर्यायवाची : কচা, টানি বন্ধা

अर्थ : যন্ত্রৰ অংগ টান কৰি বহুওৱা

उदाहरण : তেওঁ ্ ৰেঞ্চডালেৰে যন্ত্রৰ অংশ এটা টানি আছিল

पर्यायवाची : টাইট কৰা, টান কৰা

अर्थ : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা

उदाहरण : চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে

पर्यायवाची : খন্দা

चौपाल