सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
उदाहरण : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
पर्यायवाची : অনুৰাগ, আসক্তি, জেদ, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা
अर्थ : আসক্ত হোৱা ক্রিয়া বা ভাব
उदाहरण : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল
पर्यायवाची : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ
अर्थ : যিটো মোলায়েম নহয়
उदाहरण : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল
पर्यायवाची : কঠিন, ্কর্কৰীয়া
अर्थ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
उदाहरण : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
पर्यायवाची : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, দুষ্কৰ, দুৰূহ, সুকঠিন
अर्थ : যিজনৰ স্বভাৱত কোমলতা নাই:আমাৰ দেউতা বহুততেই উগ্র স্বভাৱৰ
उदाहरण :
पर्यायवाची : উগ্র, কঠোৰ, কর্কশ, হুঁ়টা
अर्थ : যিটো শুনাত খহটা
उदाहरण : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়
पर्यायवाची : কঠিন, কঠুৱা, কর্কশ, হুঁট্া, ্কালনজীয়া
अर्थ : যিটো সোনকালে বুজি পোৱা নাযায়
उदाहरण : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব
पर्यायवाची : অবোধগম্য, কঠিন, দুৰূহ
इंस्टॉल करें